groomgroove

grooms man (English) [ IPA: ˈgruːmz ˈmæn ASM: গ্ৰুমচ মেন]
Contributed by: Anjali Sonowal on 2008-11-23
1. (Common Noun-Masculine) a male friend/relative who accompanies and helps the bridegroom at a wedding ceremony. বিয়াৰ দিনা দৰাৰ লগত থকা আৰু দৰাক বিয়াৰ কামত সহায় কৰি দিয়া বিশেষ বন্ধু বা পুৰুষ আত্মীয়৷
English: best man, grooms man,
Assamese: দৰাধৰা,
Dimasa: kaoyah